[0:00]পাঠ পরিকল্পনা বিষয় সমাজ বিজ্ঞান শ্রেণী অষ্টম মান পাঠ প্রাকৃতিক সম্পদ
[0:07]ক তথ্য চিনাক্তকরণ বিদ্যালয় নাম বিষয় সমাজ বিজ্ঞান শ্রেণী অষ্টম মান পাঠর নাম প্রাকৃতিক সম্পদ শিক্ষার্থীর সংখ্যা পাঠ নং গড় বয়স পাঠ্যপুথি সময় শিক্ষকৰ নাম সাধাৰণ উদ্দেশ্যৱলী ১ সঠিক মনোভাব গঠন কৰিব পাৰিব আৰু সামাজিক আৰু প্রাকৃতিক পরিবেশৰ আন্তঃক্রিয়া সম্পর্কে জানিবলৈ যথার্থ যোগ্যতা বিকাশ কৰিব পাৰিব সমাজৰ বিষয়ে অধিক জ্ঞান আয়ত্ত কৰাৰ লগতে নাগৰিকৰ কর্তব্য আৰু অধিকাৰৰ বিষয়ে জানিব। ৩ সমাজৰ বিষয়ে অধিক জ্ঞান আয়ত্ত কৰিবৰ বাবে আগ্রহ জন্মাব ৪ পৌর বিজ্ঞানৰ বিষয়ে জানিব গ শিক্ষণ সঁজুলি ১ সাধাৰণ সঁজুলি - চক, পেঞ্চিল, ডাস্টাৰ, কৃষ্ণফলক, পাঠ্যপুথি আদি যাবতীয় ব্যবহারযোগ্য সামগ্রী। ২ বিশেষ সঁজুলি - বঙীন চক, নির্দেশক মাৰি, অসমৰ নদ-নদীসমূহৰ এখন মানচিত্র। ঘ প্রস্তাবনা প্র শিক্ষকৰ কাৰ্যৱলী শিক্ষক নির্দিষ্ট সময়ৰ ভিতৰত শ্রেণীকক্ষত প্রবেশ কৰি ছাত্র-ছাত্রীসকলক অভিনন্দন জনাই বহিবলে ক’ব তাৰ পাছত পাঠৰ প্রতি মনোযোগ আকর্ষণ কৰিবৰ কাৰণে নিম্নলিখিত ধৰণে ল’ব। ছাত্র-ছাত্রীসকলে শিক্ষকক সম্ভাষণ জনাব আৰু নিজৰ পাঠ্যপুথি উলিয়াই ল’ব। ক শক্তি সম্পদ সংৰক্ষণৰ বাবে কি কি পদক্ষেপ গ্রহণ কৰিব লাগে? ছাত্র-ছাত্রীয়ে উত্তৰ দিবলৈ চেষ্টা কৰিব আৰু মন দি শুনিব। ২ ভূমি অপচয় হোৱাৰ দুটা কাৰণ দর্শোৱা। পাঠ ঘোষণা : র ছাত্র-ছাত্রীৰ পৰা যথায়থ প্রশ্নসমূহৰ উত্তৰ পোৱাৰ পিছত শিক্ষকে ক’ব যে আজি আমি প্রাকৃতিক সম্পদ বিষয়ে জানিবলৈ তোমালোক সমাজবিজ্ঞানৰ পাঠত থকা “প্রাকৃতিক সম্পদ” নামৰ পাঠটো আলোচনা কৰিম। এনেদৰে ব্যক্ত কৰাৰ পাছত শিক্ষকে পাঠটোৰ নাম ব’র্ডত ডাঙৰকৈ লিখি দিব আৰু ছাত্র-ছাত্রীসকলক শিক্ষকে নিজৰ বহীত টুকি ল’বলৈ ক’ব। ঙ উপস্থাপনঃ স্তব শিক্ষণীয় বিষয় শিক্ষকৰ কার্যৱলী শিক্ষার্থীর কার্যৱলী ফলাফাল পাঠৰ মূল বিষয়বস্তুঃ শিক্ষকে শিক্ষণীয় বিষয়বস্তুৰ কথাখিনি ছাত্র-ছাত্রীসকলক সহজে বোধগম্য কৰিবৰ বাবে ছাত্র-ছাত্রীসকলৰ জৰিয়তে নিম্নলিখিত প্রশ্নসমূহৰ মাধ্যমেৰে পাঠটোৰ মূল বিষয়বস্তু আলোচনা কৰিব। ১ প্রাকৃতিক সম্পদ কি বুজা? ২ ভূমি স্খলন কেনেদৰে হয়? ৩ ভূমি সংৰক্ষণ বোদ্ধা কবা উপায়সমূহ কি কি? শিক্ষকে উত্তৰসমূহ ব’র্ডত লিখি দিব আৰু ছাত্র-ছাত্রী সকলক নিজৰ বহীত লিখি লবলৈ ক’ব। পাঠৰ বিষয়বস্তু বুজি পাৰ (বোধ) ন বনজ সম্পদসমূহ প্রধানকৈ উষ্ণতা,বষুণ,জলীয় বাষ্প আদি কাৰকৰ ওপৰত নিৰ্ভৰ কৰি বিকশিত হয়। শিল্প, উদ্যোগ, কৃষি, পৰিবহন, যোগাযোগ, প্রতিৰক্ষা আদি সকলো ক্ষেত্রতে শক্তি সম্পদৰ প্রয়োজনীয়তা অপৰিসীম। সামগ্ৰিকভাৱে সকলো সম্পদৰে সংৰক্ষণ দৰকাৰ। অর্থনৈতিক আৰু সামাজিক বিকাশ কার্য বা ক্ষেত্রত ভূমি, জল, বনজ সম্পদ আৰু শক্তি সম্পদৰ গুরুত্ব উপলব্ধি কৰা। প্রাকৃতিক সম্পদৰ গুরুত্ব ব্যবহার, ব্যৱস্থাপনা আৰু বিষয়ে চমুকে আলোচনা কৰিব পাৰিব। এইবোৰেই মানুহৰ বাবে অতি উপযোগী সম্পদ। বনজ সম্পদ দুটা ভাগত ভাগ কৰা হয় এটা হ’ল বাণিজ্যিক আৰু আনটো হ’ল পাৰিপাৰ্শ্বিক। র শিক্ষকে উত্তৰসমূহ ব’র্ডত লিখি দিব আৰু ছাত্র-ছাত্রী সকলক নিজৰ বহীত লিখি লবলৈ ক’ব। সা শিক্ষক আলোচনা কৰা পাঠৰ সাৰাংশখিনি বুজি পাইছে নে নাই আৰু সেইবোৰ প্রয়োগ কৰিব পাৰিছে নে নাই তাক জানিবলৈ মৌখিকভাৱে প্রশ্ন কৰিব। ছাত্র-ছাত্রীয়ে মৌখিকভাৱে উত্তৰ দিব। ১ পৃথিৱীৰ উপৰিভাগত কিমান শতাংশ পানী আৰু কিমান শতাংশ ভূমি আছে? ২ ভূমি সংৰক্ষণ কেনেদৰে কৰিব পাৰি? ম ছাত্র-ছাত্রীৰ পৰা উত্তৰ পোৰাৰ পাছত শিক্ষকে আলোচনা কৰা কথাখিনি চমুকে কৈ দিব আৰু গৃহকর্ম কেইটা ব’র্ডত লিখি দি পাঠ সামৰণি মাৰিব। ছাত্র-ছাত্রীয়ে পাঠৰ মূলভাৱটো শুনিব। গৃহকর্মঃ ১ কি কি ব্যৱস্থা হাতত ল’লে পানী প্রদুষণ কমাব পাৰি? ২ বনজ সম্পদ আমি কিয় সংৰক্ষণ কৰিব লাগে? ৩ শক্তি সম্পদ মানে কি? ছাত্র-ছাত্রীসকলে গৃহকর্মকেইটা নিজৰ



